পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫১
ভবিষ্য-সংগ্ৰহ।

শুনা নৰ নাৰী ভবিষ্য সংগ্ৰহ
 পদ অতি মনোহৰ।
তাহাৰ শ্ৰৱণে গুচয় দুৰ্ম্মতি
 মোহ হুয়া সৰ্ব্বনৰ॥
হৰি হৰ পদ হৃদয়ে ধৰিয়া
 সমজ্যাৰ যত লোক।
যাবদেকে প্ৰাণ থাকে বোলা ৰাম
 বুলিয়ে এৰি আনক॥

১৮৩