নমো নাৰায়ণ বিঘিনি-খণ্ডন চৰণত থৈয়া মাথ। পদ দীৰ্ঘ ছন্দে ৰচিলো আনন্দে দ্বিজবৰ গোপীনাথ॥ শুনা সাধুজনে এক চিত্ত মনে মহাভাৰতৰ পদ। ডাকি মুখ ভৰি বোলা হৰি হৰি তৰিয়ো সবে আপদ॥
⸻