নানা অলঙ্কাৰে শৰীৰ মাৰ্জ্জিয়া মাৰুতিক লৈয়া যাই। সাত খান সিংহ দুৱাৰ এৰায়া ।ৰাজাৰ ওচৰ পাই। শুনা সভাসদ অশ্বমেধ পদ নকৰিয়ে মনে হেলা। পাতক ছাৰোক ৰাম বুলিয়োক তৰিবাঁ সংসাৰ মেলা।