পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৬১
চণ্ডি।

ৰঙ্গনাথ দ্বিজে ভণে  শুনিওক সৰ্ব্বজনে
  দুৰ্গা পদে কৰিয়া ভকতি।
ছাৰিওক আন কাম  ঘূষিয়োক দুৰ্গা নাম
  তেবে সুখে সাধিবাহা গতি॥