চেতন লভিয়া শোকে বিলাপ কৰিলা। সীতাক বিচাৰি পুনু বনত ভ্ৰমিলা॥ সম্পাতিৰ হন্তে পাছে বাৰ্ত্তাক লভিলা॥ অনন্তৰে বানৰক সহায় কৰিলা॥