আহান্তে আছয় মোৰা পুৰুষ লক্ষণ। কদাচিতো যাৰ সম নোহে আন জন॥ এহি চিন্তি নিশাক বঞ্চিলা নৰ ৰাই। শিষ্ট সভা পাতিলেক প্ৰভাতেকে চাই॥ সভাত বসিয়া কৈলা তাহান প্ৰস্তুত। কোন বা প্ৰসাদ দিবো ইহাৰ উচিত॥
⸻