পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭৯
অশোক চৰিত্ৰ।

বৈষ্ণৱৰ দুঃখ মই দেখিবোহো কত।
এহি বুলি নাৰায়ণ ভৈলন্ত বেকত॥
শঙ্খ চক্ৰ গদা পদ্ম গৰুড় বাহন।
প্ৰত্যক্ষ স্বৰূপে দেখা দিলা নাৰায়ণ॥