তোমাৰ নিমিত্তে মই ভুঞ্জিলো নিকাৰ। মোৰ মুখে কহিতে শকতি নাহি আৰ॥ এহি বুলি আসন্তে মিলিলা যত যত। সাৱশেষ কহিল কন্যাৰ আগত॥
⸻