পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬৭৪, অসমীয়া সাহিত্যৰ চানেকি। যতাৰ গুণ বলে, কৰাৱয় অৰিকলে, মুহিকই আপুনি স্বতন্ত্ৰ। বোৱাৰীৰ ইছা যেন, | গাওঁ ফুৰিবাক চাহে, মিছায়ে কয় তন্ত্ৰ মন্ত্ৰ। দুই হস্ত কাক্য পায়ে, | নিয়মিয়া এক ঠায়ে, মাধৱৰ ধ্যান চলে থাকে। মনে স্মৰে অমুকাৰ স্ত্ৰী আছে মনোহ, কেন মতে পাওঁ মই তাকে। বিশিষ্ট মোক প্ৰাণ কেনে মিলে মোৰ থান, | প্ৰচুৰ কৰিয়া ধন বিত্ত। এহিটো দান্তিক আতি, পূজা লয়ে কপাট পাতি, আকে তাৰ শুদ্ধ নোহে চিত্ত। মুখ চক্ষু নাসা কাণ জিহবা কৰি এক থান, মনে ঈশ্বৰত নিয়া ধৰে। বাহিৰে বিষয় যাক, | হতে পায় বলে আকে, | অনুকুলে সবে ভোগ্য কৰে। মই কৰৰ ৰজ মনে, | নকৰয় থানে থানে, ঈশ্বৰ অধীন হুয়া থাকে। বাহিৰে বিষয় ত্যাগি, | মনে ষিতত অনুৰাগি, | আত কৰি ভাল দেখো তাকে। জানি নিত্য কৰ্ম যত, কৰা তুমি অভিমত, | কৰ্ম্ম কৰান্তাসে শ্ৰেষ্ঠত। সব কম্ম এৰে যেৰে, জানিবা মোক্ষৰ তেৰে নৰৈবেক এহি কলেৱৰ। সাখ্যং শাস্ত্ৰ তত্ব জানি, কেহো কেহো বদলে বাণী, কৰ্মে পুনু বন্ধ কৰে আতি। : তত্ব নাজানিয়া কথা, | কহি মাত্ৰ ফুৰে সদা; নুশুনিবা তাক কাণ পাতি।