পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৮১
ভাগৱত ৰত্ন।

কৰ্ণৰো সুশ্ৰাব্য পূৰিবেক মনস্কাম।
লভিবা পৰমানন্দ সুখ অবিশ্ৰাম॥
জানি নিৰন্তৰে এড়িয়োক আন কাম।
আপোনাৰ মোক্ষ্য সাধি বোলা ৰাম ৰাম।

⸻⸻