পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৫৭৯ ভাগৱত ৰত্ন। চতুৰ্দশে অবিষ্ট দেখিয়া যুধিষ্ঠিব। ভীম সমে অসন্তোষে আছ। মহাবীৰ। আসিল। গৰ্ডন পাছে দ্বাৰকাৰ হন্তে। কৃষ্ণৰ বিয়োগ দুঃখে কান্দন্তে কান্তে। দেখি ৰাজা যাদৱৰ বাৰ্তা জিজ্ঞাসিলা। শোক লাজে অৰ্জনে কহিবে পাৰিল। . পঞ্চদশে অৰ্জনে দিলন্ত সমিধান। যাদৱ বংশৰ মৃত্যু কৃষৰ নিৰ্যান॥ শুনি যুধিষ্ঠিৰ পাছে ভৈলা ভয়ে ভীত। আব কি কল্যান আছে দুৰ্ঘোৰ কলিত। নাতি পৰীক্ষিতত সুশিয়া ৰাজ্যভাৰ। বৈৰাগ্যে পাণ্ডৱ সৱ গৈলা স্বৰ্গদ্বাৰ। সোড়শ অধ্যায়ে পৰীক্ষিতৰ বিজয়। ধৰ্ম্মক ভূমিক দুইকো কলি নিগ্ৰহয়॥ তাক দেখি তাসম্বক নৃপতি পুছিনা। শলিৰ বিচেষ্ট। দেখি ছলেসে কহিলা। সপ্তদশে পৰীক্ষিতে ইঙ্গিতে জানিলা। আমাৰ ৰাজ্যত আসি কলি প্ৰবেশিলা॥ সেই সে পাপিষ্ঠে ধৰ্ম্ম ভূমিক মৰয়। দুষ্টক নিগ্ৰহি সন্য পালিবে লাগিয়॥ দেখন্ত দুৰ্জ্জন কলি পাপী ফুৰে তাতে। চাম্পদিয়া চলত ধৰিল। বাম হাতে। কাটিবাক খোজন্তে শৰণ লৈলা ক শাকাটি ৰাখিয়া স্থান দিলা মহাবলী॥ কলি নষ্ট ধৰ্ম্মৰে পূৰাইলা।

  • ধৰ্ম্মৰো পূৰাইলা তিনি পদ। হথবীকে আশ্বাসিয়া দিলাহ সম্পদ। কাদশে মুগয়া কৰন্তে পৰীক্ষিত।

থিত ক্ষুধা তৃষয়ে পীড়িত। সমীপে শমীক ঋষি আছে ধ্যানে বসি। জল পাইবো বুলি তৈকে গৈলা মহাযশী। ভৈলন্ত ব্যথিত ক্ষুধা তৃষায়ে ” ,গান বাস।