পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কথা-গীতা। নহে। আত্মাব নাশ নাই পদে কম্পিবে নবিহে; স্বধৰ্ম্ম দেখিয়ে কম্পিবে নাপাই। যি বুলিছ। সজনক বধি শ্ৰেয়স নেদেখো, তত শুনা। ন্যায় যুদ্ধ বিনে ক্ষত্ৰিয় গান শ্ৰেয়স নাই। মহা শ্ৰেয়স তোমাৰ আপুনি মিলিছে, তাত কেমনে কম্পা; ভাগ্যৱন্ত ক্ষত্ৰিয়সবে তা প্ৰাথিত এমন যুদ্ধক লভে, যাতে আক তানাবৃত স্বৰ্গদ্বাৰ বুলি। যদি তুমি এই ধৰ্ম্ম যুদ্ধ নকৰা, তেবে ধৰ্ম্ম কীৰ্তি দুইকো এড়ি পাপক লভিবা; সকল লোকে ও অকীৰ্তি কহিব। উত্তম জনৰ মৰণতো কৰি অকীৰ্ত্তি বৰ দেখি। মহাৰথীসবে মনিব, অৰ্জুন ভয়ে যুদ্ধত নিবৰ্ত্তিলা; যাৰা তোমাক বড় বুলি সতকাৰ কৰিছিল, তাৰাৰ অগিত লঘু হৈবা। শক্ৰসবে তোমাৰ সামৰ্থ্য নিলি অনেক অবাক বুলিব; তাত পৰে উৰ কি দুখ আছে? যদি কৰ্ণাদি তোমাক বধে, তেবে স্বৰ্গ লভিবা; যদি তাৰাক জিনা, তেবে পৃথিবী ভোগ কৰিবা; দুয়ো পক্ষে তোমাৰ লাভ দেখি। এতেকে নিশ্চয় কৰি যুদক উঠা। যি বুলিছা আৰাক মাৰি মএি পাপক পাইম, তাত শুনা। সুখ-দুখ, লাভ-অলাভ, জয়পৰাজয়ক সম দেখি হবিষ বিষাদ নকৰি, স্বধৰ্ম্ম বুদ্ধিয়ে যুদ্ধ কৰিলে, কদাচিতো পাপ নলভিবা। এমনে জ্ঞানযোগ উপসংহৰি তাৰ সাধন কৰ্ম্মযোগ কহিতে লাগিল। জানা তাৰ্ত্তন, জ্ঞানযোগত কৰণীয় বুদ্ধি তোমত কহিলো; তথাপি যদি তোমাৰ আত্বগোধ নহৈল, তাবে জ্ঞানৰ সাধন কৰ্ম্মযোগত বুদ্ধি শুনা। তেবে ঈশ্বৰাপিত কৰ্ম্মযোগে চিত্ত শুদ্ধ হৈলে, ঈশ্বৰৰ প্ৰসাদে আত্মক জানি কৰ্ম্ম এড়িবা। যদি বোলা কৃষি আদি কৰ্ম্মত কদাচিত বিঘ্ন বাহুল্যে ফুল ব্যভিচাৰ দেখি, তেমনে মন্ত্ৰাদি বৈগুণ্য কৰ্মযোগতো হয়। তবে কেমনে কৰ্ম্মযোগে কৰ্ম্মবন্ধ দূৰ কৰিব, তত শুনা। এই ঈশ্ববাৰ্পিত কৰ্মযোগৰ তাসম্ভৱ নাই, দোষো নঘটে। ঈশ্বৰৰ উদ্দেশে বিপ্নবৈণ্য নসম্ভৱ। ই ধৰ্ম্মৰ তাল আৰম্ভে। সংসাৰত ৰক্ষা কৰে। কাম্য কৰ্ম্ম হেন কিঞ্চিত বৈগুণ্য মাত্ৰো বিফল নহে, আৰ যুক্তি শুনা। দুয়ো কৰ্ম্মৰ বৈষম্য দেখ।। ঈশ্বৰ আৰাধন কযেগত পৰমেশ্বৰৰ সেৱায়ে মঞি নিশ্চয়ে তৰিম, এই নিশচয়ত্মিকা বুদ্ধি একমাত্ৰ। ব্যৱসায়ী বহিমুখসৰৰ আন কামনাই অনেক বুদ্ধি হয়, তাতে গুণকৰ্ম্মবসে বাহুল্য হয়; ঈশ্বৰ আৰাধন, নিত্য নৈমিত্তিক কৰ্ম্ম, কিঞ্চিদ্বৈগুণ্যেও নষ্ট নহে। যিমান শক্তি সেইমনকেসে বিধান কৰে। ঈশ্বৰ উদ্দেশে বিপ্লবৈগুণ্যো দূৰ হয়, কাম কৰ্ম্ম পুনু তেমন নহে। এতেকে দুয়োকৰ্মৰ মহা বৈষম্য বুঝিবা। যদি বেলা সকামী সবে দুখমূল কামনাসৰ এড়ি নিঠ তয়া কেনে ঈশ্বৰক নভজে, তাত শুনা। যাৰা সবে পুষ্পিত বিষলতাসম তপন বমণীয় বেদৰ স্বৰ্গাদি ফল এতি বণ্টনক পৰম ফল কৰি বোলে , যাতে