পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৮৬ অসমীয়া সাহিত্যৰ চানেকি। যাতো নৰ হয়, এতেক প্ৰপঞ্চ, জানিবা মিছ। প্ৰত্যেক। তথাপি ঈশ্বৰ, | প্ৰকাশ লভিয়া, প্ৰকাশিয় অতিৰেক! হেন ঈশ্বৰক, সদ। ধ্যান কৰে, নাৰদৰ কৃপা পাই। আবেসে জানিলে, ঈশ্বৰত বিনা, সত্য বস্তু আন নাই। হাসত্য জগত, সত্যৰ সকাশে, | প্ৰকাশে জানা সদাই। ইহাৰ দৃষ্টান্ত, শুনা শিষ্য চয়, তোৰাত কহে বুজাই। মধ্যাহ্ন সময়ে, সূৰ্য্যব প্ৰকাশ, | বালিত লাগি আছয়। জলময় দেখি, | জল বুদ্ধি অজ্ঞে, পানক মনে ধাৱয়॥ প্ৰথমতে স্নান, কৰে বুলি ৰঙ্গে, ঝাপ দিয়া পৰি ৰৈলা। স্নান পান তাৰ, দূৰতে ৰহিলা, আৰে ভৰি ভাঙ্গি গৈলা।। পাচে পায়। তাপ, বোলে বাপ বাপ, জল ইতত নুহিকয়।। কিন্তু সূৰ্যতেজ, বালিত লাগিয়া, জল যেন প্ৰকাশয়। সেহিমতে কোনো, মূখ সবে আসি, দেখিলেক কোনো স্থান। আছে কঁচ মাটি, জলময় দেখি, জলৰ কৰে প্ৰমাণ।