পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বিষ্ণুপুৰাণ। ৭১ বিষ্ণুপুৰাণ। যমৰ নগৰ | বহলে বিস্তৰ, মানস সিতে। পৰ্বত। পুৰ দিপক | বেঢ়িয়া প্ৰকাশে, কুণ্ডলকাৰে মধত। তাৰে উপৰত | সমণি নামে, নগৰ কাতি বিচিত্ৰ। ঈশ্বৰে নিৰ্ম্মিত | দেখি ভয় ভীত, পৰম আতি পৱিত্ৰ।। চাৰি ভিতি দৃঢ় সুবৰ্ণৰ গঢ়, | উশৃত জোজন উচ্চ। ইন্দ্ৰ নীল মণি দিল তাতে টানি, | সূৰ্যক কবিয়া ওছ। পৰাগ আনি দিল তাতে চানি, মহা নীল জিকমিক। সিতো নগবিত অতি বিপৰীত, | নজানি দি ৰাজ্যক। তানেক পুতলা সাজি সাজি থৈলা, পুৰুষৰ কতো বেশে। খণ্ডা বাৰু ধৰি | যেন যুজ কৰে, কতো ধৰি আছে ঠেস। অনেক বমণী | মুণ্ডত ওৰণি, নাচিবাক যেন সাজে। কতো নটে ভাতে কৰতাল ঠুকে, নাচনীৰ যেন কাছে। আসি সিলাকুটি বিচিত্ৰত কৰি, কাটি সিংহ ব্যাঘ্ৰ হাতী। বৰাহ বানৰ আনি আছে যেন মাতি। | মহিষ বিস্তৰ,