পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মহাভাৰত। তব অংশ বিজয় যুদ্ধত পৰাজয়। সুখ দুঃখ কাৰণৰ তুমিসে আলয়। যাৰ কটাক্ষতে সৃষ্টি স্থিতি বিনাশন। তোমাৰ চৰণে প্ৰভু পশিলে। শৰণ। বৈশম্পায়ন বদতি শুনিয়ে। জন্মেজয়। সেহি বেলা গৈলেক অনেক কন্যাচয়। অসংখ্যাত কুলবধু পুত্ৰ কোলে লই। ভীষ্মক দেখিবে প্ৰতি আথেবেথে গই। তেলি মালি চমাৰ কমাৰ যত যত। ভীষ্মক দেখিবে প্ৰতি গৈলেক সমস্ত। কহে ৰামসৰস্বতী মই বৰ দীন। নাম ধন দিয়া কৃষ্ণ দাস কৰি কিন॥ যেবে তব চৰণত ভকতি ৰহয়। তেবে মোৰ মনোৰথ সবে পূৰ্ণ হয়। শুনিয়োক সভাসদ এৰাঁ আন কাম। জন্মৰ সফল হোক বোলা ৰাম ৰাম॥ | লেচাৰী। দশদিন যুজি দেৱব্ৰত, শৰৰ শয্যাত পড়িলন্ত, | শুনি নগৰৰ যত সুকুমলী নাৰী। পাটনেত শাৰী পিন্ধি গই, দুববান | বিদ্যাধৰী সম সব গৈলা কাছি পাৰি। দুৰ্বক্ষত পুষ্প কোচে লই, ন্ধি গই, ভীষ্মৰ অৱস্থা দেখি আত, " সুন্দৰী ৰূপৱতী, ভীষ্মৰ চৌপাশে বেৰি আতি, | তাৰাগণ সমে যেন আকাশত চানি।। মহা দেখি আতি, লাজ থৈলা থক কৰি কাতি, | সখীক সম্বোধি বোলে অন্যে অন্যে বা ভামৰ দুঃখ দেখি, লোতকে জুড়াই দুই আখি, ক্ৰ মতি বিধি কি কৰিলে তযু গতি। সিবেলা ভীষ্মৰ দুঃখ দেখি, নিষ্ঠৰ হৃদয় বজ সাৰ, | যেন যমকাল ক্ষত্ৰিয়, পৰশুৰামক যুজিলন্ত সাত ৰাতি।