পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ অসমীয়া সাহিত্যৰ চানেকি। কবিনীক দেলো গোটা এক ফুল। তাহে লাগি তুহু অতয়ে আকুল॥ পাৰিজাত তক সমূলে উপাবি। বোপন কবৰ আনি তুৱ। বাড়ি। জব মোহি বাক্যে নাহি পতিগৱ।। কহলো সত্য সত্য শুন জায়।। তাব তেজহু তাপ কুমাবি। নসহে হৃদি দুখ দেখি তোহাবি। হামাক শপত খেৰ লহো নাথ। উঠ উঠ প্ৰিয়া তেৰি ধবহে হত। (সত্যভামাক হাত ধৰল) সূত্ৰ। কৰ কাকুতি তিনি জগতক ঈশ। সত্যভামা মনে কিছু মিলল হৰিব। পৰম ঈশ্বৰ কৰ কাতব প্ৰিয়াক। দেখু অদভুদ ভকতি সতী মহিমাক। ব্ৰহ্মা মহেশ যাক কবে সেৱ।। মাথে খেব ধৰ এ সেহি দেৱ।। কৃষক লীলা বুঝয়ে নপাবি। পূৰ্ণ কাম হৰি কি কৰব নাৰী॥ ভকতি কয়লি হৰিকো মন ভোল। জানি কহু নব হৰি হৰি বোল॥ ইন্দুমতি। হে প্ৰাণ সখি! পৰম ঈশ্বৰ তোহোৰ স্বামী। মাথে খেৰ ধৰি অত যে কাতৰ কৰিছে আব কি মান সাধিতে ৰহল। সখি: তাপ তেজহ, উঠহ উঠহ। সূত্ৰ। দেবী তাত যে স্বামীক বিনয় বাণী কহহ কিঞ্চিত চিত্ত শান্ত ভেল। শ্ৰীকৃষ্ণ তাহে পেখি আলিঙ্গি কোলে তুলি বৈঠাৱল পীতবস্তে শৰীৰক ধুলি ঝাল। কেশ বান্ধল। নিজ হস্তে কপূৰ তাম্বুল ভুঞ্জাৱল। ততো দেবী সত্যভামা কৃষ্ণবাক্যামৃতেন সা। হেমাথে .. প্ৰীত। প্ৰসন্নবদনা প্ৰণম্যাহ প্ৰিয়ং হৰিং।