পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
অসমীয়া সাহিত্যৰ চানেকি।

ৰাগ—নাট মল্লাৰ।

মধুৰ মূৰুতি মুৰাৰু।
মন দেখ হৃদয়ে হামাৰু
ৰূপে অনঙ্গ সঙ্গে তুলনা।
তনু কোটি সূৰুজ উঝিয়াৰু॥ধ্ৰু।
মকৰ কুণ্ডল গণ্ড মণ্ডিত।
খণ্ডিত চান্দ ৰুচিস্মিত হাঁসা।
কনক কিৰীট জড়িত ৰতনা।
নব নীৰজ নয়ন বিকাশা।
ঢতুৰ উঞৰ কৰ কঙ্কন।
কেয়ূৰ ভুজমহ মোতিম হাৰু।
লীলা বিনোদী কম্বু।
কৌমুদী চক্ৰ কেৰিকঞ্জনধাৰু।
শ্যাম শৰীৰ ৰচিত পীত॥
অম্বৰ উৰে বনমালা লোলে।
কৌস্তুভ শোভি কণ্ঠ।
কটি কাঞ্চী কিঙ্কিণী কনয়া দোলে।
অৰবিন্দ নিন্দি গাৱ নৱপল্লৱ।
ৰতন নূপুৰ পৰকাশা।
ভকত পৰম ধন তাহে মজোক মন।
শঙ্কৰ এহু অভিলাষা।

ৰাগ—ধন।

শাৰঙ্গপাণি, পাহে পামৰমতি হামি।
নিৰয় নিবাৰ, অৱৰি নাহি হেৰহোঁ বিনে চৰণ তছু স্বামী॥ ধ্ৰু॥

জৰা মৰণ মেৰি   নিকটহি আয়া
  কায়া পড় কেতি বেৰি।
কৰতহু পাপ   সমাপল আৱি
  ভাবি-চৰণ না তেৰি।