পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
:: মহাভাৰত।...

মৃগচৰ্ম পৰি, পদ্মাসন,কৰি গিৰি-হৰত বসি। নানাবিধ এতে শিৰক সততে পূজ.যত তপন্থী। কৰ্ণে তাম্ৰ কৰি মৃগৰ দুৱৰী

পিতে কন্টয় ভুল।

কত ডম্বৰু গাৱে গুৰু | মকতুতি মঙ্গল। মশা নাৰায়ণ : আদি দেৱগণে; তথাত কৰে ৰুতি। নানা উপহাৰে : বিবিধ প্ৰকাৰে, | নিতে পুজে সুৰপতি। নানঋষিগণ আ ত মৰ জানে তত বেসা। অতি দীৰ্ঘৰৱে শিক পঢ়াৱ মধুৰ শুনি মুম্বৰ। জানে-পক্ৰম কৰি তত লম চৈধ্য শাস্ত্ৰ চাবি বেই। যত তপব্ৰত কবে মgs দিনেকো নাই বিচ্ছেদ। কাব্য কোষ যত পুৰাণ ভাৰত ।' নাটক তৰ্ক খণ্ডন। তথা অহৰ্নিশে পঢ়ে বহু বিধে যাহা বাহাৰু মন। বেদান্ত কাহিনী ব্যাসক প্ৰণামি, ... কৰন্ত তুতি বিচাৰ। ঘতে প্ৰত্যেক : সকলে ততে, একে বিম।