পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণ চৰিত। : : কাঠ আলি তেতিক্ষনে অগনি জলিল। সহস্ৰক লোকে ধৃত কলসে ঢালিলা ঘৃত পাই তেতিনে দিলা আঁগনি। গগন মণ্ডলৈ গৈ লাগিলে ধুনি। জলম্ভে হৈ গৈলা বহু পৰ্বত সমান। ৰাজা বুলে জান্ত কোৰি প্ৰথ্ৰদিক আনি। ৰজাৰ আদেশ পাচে সুমি তগণ। হাতে গলে এহদ বান্ধিলা তখন। অগ্নিত পেলাইবে লাগি লৈ জাই ধৰি। এছান বুলন্ত মোক ৰক্ষা কৰে হৰি। সেহি সময়ত প্ৰভু জগতৰ বাপ।। বাহুক বুলন্ত এৰে এড়িও অপ। তেতিক্ষনে সিতল ভৈলেক বৈশ্বান। বান্ধি পেলাইলে তাক অগ্নিৰ ভিতৰ সৰ্বজনে দেখি আচে আতি অদভূত। ৰাজা কুঁলে পুত্ৰ মোৰি ভৈলা চূৰ্ণীকৃত। হৰি প্ৰভাৱ নলয় বৈনিল। প্ৰহাটৰ গাৱে নে চন্দন সিতল। বাহিৰে অগনি ভিতৰত জলময়। হৰিক মৰি বলি প্ৰা আচয়। মাধৱে প্ৰদে কিটো মুহিকে অন্তু। নিৰঞ্জন দেখি বেসিলা মুৰৰ চাৰি হাতে খৰি সংৰ চক্ৰ গদা পদ্ম। প্ৰত্যক্ষ বিলন্ত দেখা নকৰিয়া চৰ্ম। ধৱোৰু প্ৰাদৈ দৈখিল সেহি ঠাৱে। অকপটে নমিলা হৰিৰ দুই পৰ্বে। চনোত পৰিা প্ৰাকৈ কৰে তুতি। জন্মে জন্মে হোক মোৰ তোমাতি ভকতি। শমে নাৰায় প্ৰভু জগত কানি। ই জদি অন্তু প্ৰভু তুমি নিৰঞ্জন।