কত জন্মে ভাতে ভাতক খাই। কত জন্মে পৰে পৰক বায়॥ জ্ঞানীক ভাত দিয়ে তলমুকৈ খায়। অজ্ঞানীক ভাত দিলে চাল বাৰ চাই॥
——