ডাক দিয়া প্ৰচাৰে চুঙাৰে ড়ূং কানিৰ ভাঙ্গিল ঘুং। চুৰে শঙ্কৰ চৰিল মাথে। চুবে জাৰু অমৃত হাতে॥ ফুটিল জল কুচিল পানী। মৈস্যেকৈস্যে কৰে ভাঠি উজানি॥ গণ্ডুষত কৰি ধৰিলে জল। আই পদ্মকুমাৰীৰ মাথা খাও॥
⸻