পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

কীৰ্তন শঙ্কৰদেৱ বোৰব বৈশিষ্ট্য ওলাই পৰিব। পোনতে “ধ্যানবৰ্ণন”ৰ “বৈকুণ্ঠ-বৰ্ণনকে চোৱা ফুক- একমনে শুনা হৰিব ধ্যান। বৈকুণ্ঠ নামে আছে মহা থান॥ সাৰি সাবি বঙ্গে বিমানচয়। বৈদূৰ্য হীৰা মৰকতময়। চন্দ্ৰসূৰ্য যেন প্ৰকাশে আতি। নজানি যাণ পশি দিন বাতি। চাৰু সবোৰৰ নিৰ্মল জল। সুগন্ধি পন্ম শোতে উৎপল। আছে বাহংস সমুহে ৰঙ্গি লীয়ে মৃণাল স্কুঞ্জে উভঞ্জি। পাৰে পাৰিাত মলয়া বাৱ। চটকে তঞ্জে গণিত ৰাৰ। ভ্ৰমৰগণ পাৰে হৰি গীত। বৈষপ্ৰগণ শুনি আনন্দিত। হেন বৈকুণ্ঠৰ মাজত পাছে। উদ্ভূিত বদু মন্দিৰেক আছে। বৈদূৰ্য স্তম্ভ স্ফটিক বাৰ। মাণিক্য কপাট হীৰ ঘৰ। কাটিলা জিঞ্জীৰি সুৱৰ্ণাৱণী। বিচিত্ৰ মণি মৰকত লী॥ পদ্ম বাগ বয়ে লগইলা চৌতি। কোটী সূৰ্য যেন গৃহৰ জ্যোতি॥ বিচিত্ৰ চন্দ্ৰাতপ আছে টানি। আঁধিল মুৰি মুকুতা-মণি। হেন মন্দিৰে ৰত্ন সিংহাসনে। আছ বসি প্ৰভু নাৰায়ণে। চৌপাশে সেৱে পাৰিষদ যত। মৌক্তিক ছত্ৰ ধৰি ওপৰত। থৱল চামৰে দুপাশে বিঞ্চে। সঘনে তুভি ফুসুম সিথে। চৰণে অনেক ভকৃতি আছে। উপাসন্তু লক্ষ্মী গত মাৰে। চৈতন্যময় শুদ্ধ ৰূপ ধৰি। পৰম আনন্মে আহস্ত হবি। অতি চমৎকাৰ ৰূপ বিপুল। কৰ্ণ কোটি যাক নোহে দুল। কোটী ইছু সম আছে প্ৰকাশি। অবণে হয় পাক বাশি। তাৰ পাছতে গজস্ৰোপাখ্যান”ব ত্ৰিকুট পৰ্কত বৰ্ণনা ক্ষীৰ সাগৰৰ মাজে ত্ৰিকূট পৰ্বত। প্ৰেকাশন্তে আছে তিনি লোক বেকত , সুবৰ্ণ বৰ্জত লোহা জলে তিনিশৃঙ্গ। চক্ষু চমক লাগে দেখিতে বিৰিঙ্গ। আন যত শৃঙ্গ বড় কৰে তিৰিনিধি। দশোদিশ প্ৰকাশিয়া শোভে শুক্লগিৰি। অযুত যোজন ফুড়ি অলে গিৰিবৰ। উচ্ছিত দেখিয়া দশ হাজাৰ প্ৰহৰ। ক্ষীৰ সাগৰৰ ঢউ চৌভিতি উথলে। পখালে পৰ্বত সুশীতল দুগ্ধজলে। থানে থানে আছে ভূমি অনেক উন্নান। ফুলে কেমক গন্ধে নাহিত্বে সমান।