এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]
ৰ্ভ | পৃথিবীৰ গৰ্ভত বহুবিধ ধাতু আছে৷ |
ৰ্ম্ম | অধৰ্ম্মী মানুহৰ জীয়াই থকা ন থকা দুইও সমান৷ |
ৰ্য্য | সূৰ্য্যেই গোটেই খন সংসাৰ পোহৰ কৰে৷ |
ৰ্ল | কেতিয়াও নিৰ্লজ্জ ন হবা৷ |
ৰ্শ | পৰামৰ্শ নো লোৱাকৈ কোনো কাম ন কৰিবা৷ |
ৰ্ষ | কাকো ঈৰ্ষা কৰিব নে পায়৷ |
ৰ্হ | পিতৃ মাতৃ অতি পূজাৰ্হ৷ |
ঙ্ক, | ঙ্ক | ঙ্খ | ঙ্গ, | ঙ্গ | ঙ্ঘ | ঙ্ক্ষ | ঞ্চ, | ||
ঞ্চ | ঞ্ছ | ঞ্জ | ণ্ট | ণ্ঠ | ণ্ড | ণ্ণ | ন্ত | ন্থ | ন্দ |
ন্ধ | ন্ধ | ন্ন | ম্প | ম্ফ | ম্ব | ম্ভ | ম্ম। |
ঙ্ক | অহঙ্কাৰক মনত ঠাই নি দিবা৷ |
ঙ্খ | শঙ্খ বোৰ সাগৰত ওপজে৷ |
ঙ্গ | সৰহকৈ টেঙ্গা খালে নৰিয়া পড়িবা৷ |
ঙ্ঘ | পিতৃ মাতৃৰ কথা লঙ্ঘন কৰিব না পায়৷ |
ঙ্ক্ষ | বড়কৈ আকাঙ্ক্ষা ন কৰিবা৷ |
ঞ্চ | লৰা বিলাকৰ মন সদাই চঞ্চল৷ |
ঞ্ছ | চুৰ কৰিবলৈ বাঞ্ছা ন কৰিবা৷ |