পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৭ ]

অমান্য অৰ্থত।
মূলশব্দ   একবচন   বহুবচন
যি   যি   যিহঁতে, যি বোৰে
সি   সি   সিহঁতে
এই   এই, ই   এই বিলাকে, ইহঁতে
কোন   কোনে, কেৱে   কোনবিলাক, কেতবিলাক
তয়   তয়   তহঁতে
ময়   ময়   আমি
আপোন   -   -

অন্যকাৰকত॥

মান্য অৰ্থত।
মূলশব্দ   একবচন   বহুবচন
যি   যাক   যি বিলাকক যি সকলক
সি   তেঁওক   তেঁও বিলাকক
এই   এওঁক   এওঁ বিলাকক, এই বিলাকক
কোন্‌   কাক   কোন বিলাকক, কেতবিলাকক
তয়   তোমাক, তেঁৰাক   তোমা বিলাকক, তোমালোকক
তোমা সকলক তেঁৰাসকলক
ময়   মোক   আমাক, আমাসকলক, আমালোকক
আপোন   আপনাক   আপোনা সকলক
আপোনা লোকক