পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
। ৶৹

পঞ্চম প্ৰকৰণ।

উদ্ভিজ আরু প্ৰাণীৰ ভেঁদাভেদ।

একাদশ অধ্যায়।

দেশ ভেদে উদ্ভিজ ভেদ

 উদ্ভিজৰ গঢ় দেশে পতি লৰিবৰ কাৰণ-মানুহৰ প্ৰয়োজন লৈ উদ্ভিজৰ গঢ় লৰ—প্ৰায় সকলো ঠাইতে উদ্ভিজৰ অস্তিত্ব-কিহৰ ওপৰত উদ্ভিজৰ জীৱন—উদ্ভিজৰ জাতীয় বিভিন্নতা দেখুৱাবলৈ পৃথিবীক যি যি মণ্ডল (ভাগ) কৰা হৈছে—নিৰক্ষ-বৃত্তৰ পৰা দূৰতা আরু উচ্চতা—দুইৰো সম্পৰ্কে একে নিয়মেৰেই উদ্ভিজৰ বিভিন্নতা হয়—উদ্ভিজৰ ন্যুনাতীৰেক চাই পৃথিবীক যি যি মণ্ডল কৰা হৈছে— মানুহৰ অত্যন্ত উপকাৰী প্ৰধান গছ বন বিলাকৰ স্থান নিৰ্দ্দিষ্ট উদ্ভিজৰ পৰা দেশৰ হাৱা-পানী কেনেকৈ লৰ হব পাৰে—কি নিমিত্তে গবৰ্ণমেণ্টে হাবি (Reserved forest) ৰাখিছে। ১৪৪–১৫৬ পৃষ্ঠা

দ্বাদশ অধ্যায়।

দেশ ভেদে প্ৰাণীৰ ভেদ।

 উদ্ভিজৰ লৰ আরু প্ৰাণীৰ লৰ একে নিয়মেৰেই হয়—প্ৰাণী পাঁচ ভাগ কয়া হয়-কোন কোন বৰ্গৰ প্ৰাণী পৃথিবীৰ কোন কোন অংশত পোৱা যায়—পৃথিবী-পৃষ্ঠত বাস কৰা পৃষ্ঠ-স্থিত প্ৰাণীবৰ্গক ঠাই অনুসাৰে যি যি মণ্ডলী কৰা হৈছে শীত-মণ্ডলী-প্ৰাণীবৰ্গ-সম মণ্ডলী-প্ৰাণীবৰ্গ—সমমণ্ডলীৰ প্ৰাণী-বৰ্গৰ দুভাগ—নৈৰক্ষিক গ্ৰীষ্ম মণ্ডলী প্ৰাণীবৰ্গ—এই মণ্ডলী প্ৰাণীৰ অন্তৰ্গত বিভাগ—প্ৰাণীবৰ্গৰ প্ৰথম সৃষ্টিৰ স্থান—মানুহৰ পৰা প্ৰাণীবৰ্গৰ বৃদ্ধি বা ক্ষয়- মানুহ সৰ্ব্বত্ৰ বিদিত; উদ্ভিজ প্ৰাণীৰ দৰে মানুহৰ ঠাই কোনো বিশেষ