পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৬ মৌখিক অঙ্ক। ২। কোনো বেপাৰীয়ে ট. ২০১০ গণ্ড1 মোণ দৰে ২২৫ মোণ চাউল কিনি ৩, টকা মোণ দবে এটাই খিনি বেচিলে । ইয়াত তাৰ কিমান লাভ হল ? উঃ ট ৬৩| ১০ ৩। কোনো মানুহে নিতৌ ট. ১৮০০ আজে । সি নিতৌ কিমানকৈ থৰচ কৰিলে ১ বছৰত ট. ২৭৩%। সঁাচিব । পাৰিব ? উঃ ট. ১J• ৪ । ট. ৫১৪/০, ১০০ জনক ভগাই দিয়া হল। । গায়ে পতি কিমানকৈ পালে ? উ ট. ৫১৫ ৫ । ঘদি ৩২৮ থান কাপোৰৰ দাম ৫২০৭ টকা হয়, তেন্তে প্রতি থানৰ দাম কিমান ? উ: ট. ১৫৮ন ৬। কুহি, শান্তি আৰু মণি ৩ জনে গোট থাই ৪৮৬ টকাত এখন নাও কিনিলে । কুহি ১ ভাগ, শান্তি ৩ ভাগ , আৰু মণি ৪ ভাগ টকা দিলে। কোনে কিমান দিলে ? উ: কুহি ৬০%, শান্তি ১৮২%, মণি ২৪৩৩ টকা। ৭। কোনো ডাঙ্গৰীয়াই কেইবা জন মাগনীয়াক ট. ২৪৬/৬ পাই সমানে ভগাই দিলে । তাত প্রতি মগনীয়াই ট. ৩৬ । পাইকৈ পালে। কিমান মগনীয়। ? উ: ৭৫ জন ৮। কোনো মানুহৰ বছেৰেকৰ আয় ২৫০০ । টকা। সি নিতৌ ট. ৫ ন৬ পাইকৈ খৰচ কৰিলে এক বছৰত কি মান ধন সাচিব পাৰিব ? উঃ ট. ৪৩৫০৬ পাই। ৯। কোনো মানুহৰ ৫০ বিঘা ৰূপিত মাটি আছে। প্রতি বিঘাত উৎপন্ন হোৱ। ধানৰ পৰ। ১২ মোণ চাউল হয় । প্রতি মোণ চাউলৰ দাম ট. ২৮/৫ গণ্ডা হলে সেই খেতিয়কে ধানৰ পৰা কিমান টকা পাব ? উঃ ট. ১৬৯৬bo•