পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্ৰ ৰাশি আৰু লঘুকৰণ । ৪৩ } ৯ । ৩২০০ কানিত কিমান দোণ ? উঃ ২ দোণ। ১০ । ৯৪০ লোচাত কেই দোণ কেই কঠা ? উঃ ৯ দোণ ২ কঠ৷ ১১। ৮৪০০ পোৱাত কেই দোণ ? উ: ২১ দোণ। ১২। ১২ পূৰা ৩ বিঘা ৩ কঠা ১০ উঃ ৫১৭০ লোচা। লোচাত কিমান লোচা ? ১৩ । ২ দোণ ২ কঠাত কেই কানি? উঃ ৩৮৪০ কানি । ১৪। ৩৩৬ একৰে কেই ৰূড ? উঃ ১৩৪৪ বড় ১৫ । ১• একৰে কেই বর্গ পোল ? উঃ ২৫৬০ বর্গপোল ১৬ । ১১৫২ বর্গ ইঞ্চিত কেই বর্গফিট ? উঃ ৮ বর্গফিট, ১৭। ১৯৩৬০ বর্গগজত কেই একব ? উঃ ৪ একৰ । ১৮ । ৫ একৰে অসমীয়া কিমান মাটি ? উঃ পূৰা ৩৮১২৷ পোৱা ১৯। ২৭ একবে অসমীয়া কিমান মাটি ? উঃ পূৰা ২০1০৭• পোৱা মিশ্র যোগ । ২৬ । এক জাতিৰ দুই নাইবা তাতকৈ অধিক মিশ্র ৰাশিৰ । যোগক মিশ্র যোগ বোলে। ২৭। যোগ কৰিব লগিয়া ৰাশি বোৰ আপোন আপোন শ্ৰেণীৰ তলত অর্থাৎ টকাৰ তলত টকা, অনাৰ তলত অনা, গণ্ডাৰ তলত গণ্ডা ইত্যাদি ক্রমে বহুৱাব লাগে। পাছে । সোফালৰ শ্ৰেণীৰ পৰা তেৰিজ কৰিবলৈ ধৰা যায়। যেনে : ইয়াত কড়াৰ সাৰিত ১১ কড়। ; টক ৭৭৷৷ ৫০১৮১১ কড়াৰ ৩ কড়া বহিল হাতত ৰল। ৯|ন১৭৷৷ - ২গ গু । এই দুই গঙা আৰু গণ্ডাৰ ৪\/৬৷৷ ৮০১২৷৷_ সাৰিৰ ৬০ গণ্ডায় ৬২ গণ্ড1, ৬২ গণ্ডাৰ মুঠ ৩৫৷৷২৮ ২ গণ্ডা বহিল, হাতত ৰল ৬ দশকত