পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোখিক অঙ্ক । } | কাল বিভাগ। ( দেশী ) ৬০ অনুপাত ১ বিপল ৮ পৰত বা ১ দিন ৬০ বিপলত ১ পল । ৬০ দণ্ডত ৭ দিনে ৬০ পলত ১ দণ্ড ১ সপ্তাহ ১৫ দিনে ১ পক্ষ স্বাচ্চ } ১ঘন্ট। বা হোৰা| ৩১ দিনে বা ২পক্ষে ১ মাহ দণ্ডত ১২ মাহে ১ বছৰ ১২ বছৰত ১ যুগ ১ পৰ (প্ৰহৰ) 7|| দণ্ডত ১০০ বছৰত ৰু শতাব্দী ইংৰাজী মতে। ৬০ চেকেণ্ডত ১ মিনিট । ৬০ মিনিটত ১ ঘন্টা । ২৪ ঘটাত ১ দিন। ৩৬৫ দিনে বা ৫২ সপ্তাহে ১ বছৰ । ১১— উদাহবণমালা । ১। ২৫ বছৰত কেই মাহ ? উঃ ৩০০ মাহ ২ । ৫ বছৰ ১০ মাহত কেই দিন ? উঃ ২১০০ দিন ৩ । ৩ মাহত কিমান দণ্ড ? উঃ ৫৪০০ দও ৪ । ২ দিনত কেই পল ? উঃ ৭২০০ পল ৫ । ১০৮০০ বিপলত কিমান দণ্ড ? উ: ৩ দণ্ড ৬। ১২৬০ দণ্ডত কিমান দিন ? উঃ ২১ দিন। ৭। ১২ দিনত কিমান ঘন্টা ? উঃ ২৮৮ ঘন্ট। ৮। ৪ ঘণ্টাত কিমান চেকেণ্ড ? উঃ ১৪ ৪০০চেকেণ্ড ৯। ৫দিনে কেই মিনিট ? উ: ৭২০০ মিনিট ১০। ২৪৬০০ চেকেণ্ডে কেই ঘন্টাকেই মিনিট? উঃ ৬ঘন্টা ৫০মি.। ১১ । ৪৬২০ মিনিটত কেই দিন কেই ঘণ্টা? উঃ ৩ দিন ৫ ঘণ্টা