পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ মৌখিক অঙ্ক ৭ । ১৭৬০৪ক ৯ আৰু ১২ৰে । ৬৫২ ৬৮ক ১২ অৰু ১৮ৰে ৯ । ২১৮৪০ক১৩, ১৫অৰু১৬ৰে ১০ । ৫৬৪৪৮ ক ১৬ আক ২১ৰে। ১১। ৯৭৬৫০ক ১৫ অৰু ১৮ৰে ১২ । ৭৫৬৯৩ক ২৩ৰে ১৩। ২১৫৭৭৫ক ২ ৫ৰে। ১৪ ৷ ২৩২৯৬৮ ক ৩৪ ৰে ১৫ । ৫১ ১১০৪ ক ৯৬ৰে । ১৬ । ১৮৭৭০৪ক ২ ১৬ৰে ১৭ । ৫৬২৪০৩৫০ক ২৫৪ৰে ১৮ { ২ ৭৬৩৩০৮৫৯২ ক ৪৩৭ৰে ১৯ । ৮৪৬৮৬৭০ক ৬৮৬বে । ২ 2। ৭২৬৮৭৬৯5ক ৯৮০০ৰে ২১ । ৬০৫২ ৭৯৬০৩ক ৮০২৫ৰে ২২ । ৮৮৫৮ ৪ ১৪৪ক ৮ ৯৭৬ৰে ২৩ ৷ ২৮৩৪১৭৮৭ক ২৮.৭৯ৰে। ২৪ । ১ ১০৯২ ৪৮২ক ৩৯৭৫৮ৰে। ২৫। ৮৪ , টকাত ২৬৮৮ সেৰ চাউল পালে এক টকাত কিমান পাম ? ২৬। কোনো মানুহে বছৰেকত । ১৬৪২৫ টক। আর্জে। যদি ৩৬৫ দিনে বছৰ হয়, তেন্তে তাৰ ১ দিনৰ অৰ্জা ধন কিমান ? ২৭ । কোনে৷ গাৱৰ লোক সংখ্যা ১৬৯০০ । এক বছৰ। সেই গাৱৰ প্ৰতি ৫২ জনৰ মাজত ১ জনকৈ মৰিলে । মুঠ মৃত্যু সংখ্যা কিমান ? ২৮। কোন ৰশিক ১২৫ ৰে গুণ কৰিলে গুণফল । ৩৬০০০০ হব ? ২৯। কোনো৷ তেলিয়ে ১৬২৫ টকাৰ তেল কিনি প্রতি মোণ ১৫ টকা দৰে বেচিলে। ইয়াত তাৰ ২৫০ টকা লাভ হল। সি কিমান তেল কিনিছিল ? ৩০ / ৭১৬২০৫০ টকা ৮৯৭৫ জনক সমানে ভগাই দিলে। গায়ে পতি কিমানকৈ পাব ?