এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১ম প্রশ্ন । ২৭৩০ টকা ৫ জন মানুহক সমানে ভাগ কৰি
দিলে প্রতি জনে কিমানকৈ পাব ?
৫ ) | ২৭৩০ | ( ৫৪৬ | |
২৫ | ভাজ্যৰ বাঁওফালে ভাজক ৫ ৰখা হল। | ||
২৩ | ভাজ্যৰ বাঁওকালৰ পৰা অাৰম্ভ কৰি দেখা | ||
২০ | গল যে, ২ৰ ভিতৰত ৫ যাব নোৱাৰে, | ||
৩০ | এতেকে ধাওফালৰ পৰা ২৭ লোৱা হল। | ||
৩০ | |||
০ | ২৭ৰ মাজত ৫, ৫ বেলি যায়, এতেকে ৫ |
সোঁফালে ৰখা গল। পাছে এই ৫ৰে ভাজক ৫ক পূৰণ কৰি,
পূৰণ ফল ২৫ক ২৭ৰ পৰা বিয়োগ কৰাত বাকি থাকিল ২।
২ ৰ সোঁফালে ৩ নমাই বহুৱাত ২৩ হল। ২৩ৰ মাজত ৫, ৪
বেলি যায় ; এতেকে ৪ক প্রথম ফল ৫ৰ সোঁফালে ৰখা হল।
এই ৪ৰে ভাজক ৫ক গুণকৰি, গুণফল ২০ক ২৩ৰ পৰা অন্তৰ
কৰাত বাকি ৩ থাকিল । ৩ৰ সোফালে ০ নমাই বহুৱাত ৩০
হল । ৩০ৰ মাজত ৫ , ৬বেলি যায়; ৬ক আগেয়ে ৰখা
ফলৰ সোঁফালে ৰখা হল। ৬ৰে ৫ক পূৰণ কৰি, পূৰণফল ৩০ক।
৩০ৰ পৰা বিয়োগ কৰাত বাকি একো নৰল । এতেকে প্রতি
জনে ৫৪৬ টকাকৈ পাব।
২য় প্রশ্ন । ২৭২৩৮ক ৪৭ৰে ভাগ কৰা।
৪৭ ) | ২৭২৩৮ | ( ৫৭৯ ভাগফল। |
২৩৫ | ||
৩৭৩ | ||
৩২৯ | ||
8৪৮ | ||
৪২৩ | ||
২৫ | ভাগশেষ বা বাকি |