এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমিশ্র পূৰণ
১১। | ৫৬৭৯ | ১২। | ৬৯৭৫ | ১৩। | ৮৭৫৯ | ১৪। | ৮৭৫২ | ১৫। | ৬৪৩২৫ | |||||||||
১৮ ________ |
২৪ ________ |
২৫ ________ |
২৭ ________ |
৩২ ________ |
১৬। | ৬৭৮৬৯ | ১৭। | ৮৭৫২৯ | ১৮। | ৯১৮২৫ | ১৯ | ৩৪৫৬৭৮ | |||||||
৪৫ ________ |
৫৬ ________ |
৭২ ________ |
৯৬ ________ | |||||||||||
২০। | ৪২৭৮৬৫ | ২১। | ৬৫৭৮৯৬ | ২২। | ৭২৫৪৩৮ | ২৩। | ৬৩৭৮৯২৬ | |||||||
২৯৭ ________ |
৪৬৯ ________ |
৯৭৫ ________ |
৩২৮৫ ________ |
২৪। | ৫২৭০৩৭০ | ২৫। | ৭৮৫০০০ | ২৬। | ৩৪৯০৬০০ | |||||
৭২৪০৫ ________ |
৯২৭০০ ________ |
৭৩০২০ ________ |
২৭। এটা মোণাত ২৫ টকাৰ চেনি থাকিলে, তেনেকুৱা
৬৪৫ মোণা চেনিৰ দাম কিমান ?
২৮। যি, মাহেকত ৪৮ টকা দৰমহা পায়, সি ৮বছৰে
কিমান পাব ?
২৯। এখন নাৱত ২৩৭৬ টোপোলা কপাহ আছিল।
প্ৰতি টোপোলা ২ মোণ গধুৰ। যদি ১ মোণ কপাহৰ দাম
১৮ টকা হয়, তেন্তে এটাইবোৰ কপাহৰ মুঠ দাম কিমান ?
৩০। এটা বস্তাত ২১৫ থান কাপোৰ আছে। প্ৰতি থান
৩৮ গজ দীঘল। যদি প্ৰতি গজৰ দাম ২ টকা হয়, তেন্তে
বস্তাৰ দাম কিমান ?
৩১। এডাল বাহ, ২ হাত বোকাৰ ভিতৰত সোমোৱা
আছে। তাৰ ৫ গুণ পানীত আৰু ৮ গুণ পানীৰ ওপৰত। বাঁহ
ডাল নো কিমান দীঘল ?
৩২। কোনো দোকানীয়ে ৯ টকা মোণ ভাৱে ৬২৫
মোণ আৰু ১৪ টকা মোণ ভাৱে ৪১৭ মোণ চেনি কিনি
মিহলি কৰিলে। পিছে এটাই বোৰ ১২ টকা মোণ দৰে
বেচিলে। ইয়াত তাৰ কিমান লাভ হল ?