পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোথিক অঙ্ক অমিশ্র বিয়োগ । ১১। এক জাতিৰ কোনো এটা অখণ্ড ৰাশিৰ পৰা সেই জাতিৰ তাতকৈ সৰু অখও ৰাশি উলিয়াই ললে যি বাকি থাকে তাক থিৰ কৰাৰ নাম অমিশ্র বিয়োগ । ১ম প্রশ্ন। জনা ৯৭৫ খৰচ ৩৫২ ; বাকি কিমান থাকিব ? জমা ৯৭৫ এককৰ অঙ্কৰ পৰা আৰম্ভ কৰা । ৫ ৰ পৰা খৰচ ৩৫২ - ২ গল বাকি থাকিল ৩; ৩ জাকৰ । তলত বাকি ৬২৩ ৰাখা । ৭ৰ পৰা ৫ গল বাকি থাকিল ২ ; ২ জাকৰ তলত ৰাখা । ৯ৰ পৰ ৩ গল বাকি থাকিল ৬ ; ৬ আঁকৰ তলত ৰাখা । ৬২৩ বাকি ৰল । । ২য় প্রশ্ন । জমা ৮০৬৪ খৰচ ৩৫২৫ ; বাকি কিমান থাকিব ? জমা ৮০৬৪ । ৫ আৰু ৯ দিলে ১৪ মিলি গল হাতত থাকিল । খৰচ ৩৫২৫ ১; ১ আৰু ২ এ ৩, ৩ আৰু ৩ দিলে ৬ মিলি বাকি ৪৫৩৯ গল ; ৫ আৰু ৫ দিলে ১০ মিলি গল, হাতত থাকিল ১ ; ১ আৰু ৩এ ৪, ৪ আক ৪ দিলে ৮ মিলি গল, হাতত একো নাই। । এতেকে ৪৫৩৯ বাকি থাকিল । ৩য় প্রশ্ন । জমা ৭৯৪১৬ আৰু খৰচ ৬৩৭৬ ; বাকি কিমান ? জমা গলে বাকি একোৱেই । ৭৯৪১৬ ৬ পৰা ৬ নে খৰচ ৬৩৭৬ থাকে, এতেকে আঁকৰ তলত ০ ৰখা হল। ; বাকি ৭৩০৪০, ৭ আৰু ৪ দিলে ১১ মিলি গল, হাতত থাকিল ১ ; ১ আৰু ৩ এ ৪, ৪এই মিলি গল, ০ বহিল । ; ৬ আৰু ৩ দিলে ৯ মিলি গল ; ৭, ৭এই নামিল। এতেকে বাকি ৰল ৭৩০৪০ ।