পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ মৌখিক অঙ্ক। ১৭ । বছৰে ৩০৯ টকা দৰমহা হলে ১ দিনৰ দৰমহা কিমান ? উ: /৬|৬ দন্তী ১৮। বছৰে ২৪ টকা দৰমহ৷ হলে ৯ দিনৰ দৰমহা কিমান ? উঃ ॥/১২ গ. ১৯ । বছৰে ৮০ টকা দৰমহ৷ হলে ১২ দিনৰ দৰমহা কিমান ? উঃ ট. ২॥১৩৩ দন্তী ২০ । বছৰে ট. ৩৬০ দৰমহা হলে ৮ দিনৰ দৰমহা কিমান ? উঃ M% অনা ২১। বছৰে ট. ৬০০০ দৰমহ হলে ১৪ দিনৰ দৰমহা কিমান ? উঃ ট. ২//৯ গণ্ডা ২২। যি মানুহে বছৰে ট. ৭২৬০ দৰমহা পায়, তাৰ ২৭ দিনৰ দৰমহা কিমান ? উঃ ট. ৫০৬ গণ্ড৷ সোণ কষা । ২০। সোণৰ তোলা যত টকা হুইবেক দৰ । তত পয়সা লাই তাক তিন ভাগ কৰ ॥ এক ভাগ বাদ কাটি ঘিমান থাকয় । ৰতি প্ৰতি সেই দাম জানিবা নিশ্চয় ॥ যত টকা তত সিকি মহা প্রতি ধৰ। অনা প্রতি অনা লই সোণ কষা কৰা ॥ অর্থ । সোণৰ তোলাযিমান টকা, সিমান পয়সা লই, তাক তিন ভাগ কৰা। এক ভাগ বাদ দিলে যি বাকি থাকিব, সেয়ে এক ৰতিৰ দাম। আৰু সোণৰ তোলা যিমান তাৰ টকা প্রতি সিকি ধৰিলে মহাৰ দাম আৰু অনা ধৰিলে অনাৰ দাম পোৱা যায় ।