পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ • মৌখিক অঙ্ক তিনি কড়া পাচ দন্তী ধৰিব টকায় । সেই দৰে দুই দস্তী ধৰিব৷ অনায় ॥ ১ম প্রশ্ন । সৰুৰামৰ বছেৰেকিয়া দৰমহা ৫০ টকা হলে ৯ দিনৰ দৰমহা কিমান ? টকা প্রতি ৬৫ দন্তী স্থিঃ ৫০ টকাত ০৪/৭ দত্তী ৯ দিনৰ দৰমহ ট. ১!! ২য় প্রশ্ন । দণ্ডীৰামৰ বছেৰেকিয়া দৰমহা ট. ২৫া0• ; সি ৬ দিনৰ নিমিত্তে কিমান পাব ? পাতন •টক। প্রতি দ৫ দন্তী হিঃ ২৫ টকাত ২৮ দস্তী অনা প্রতি ২ দন্তী , lo• অনাত ৭৩ দস্তী। এক দিনৰ দৰমহা (২॥২ দন্তী ৬ দিনৰ দৰমহা ।ন ১৫৩ দন্তী ৬-উদাহৰণমালা । ১ । যি মানুহে মাহে ৭ টকা দৰমহা পায় তাৰ ১ দিনৰ । দৰমহা কিমান ? উঃ J১৪। = ২। যি মানুহে মাহে ৫ টকা দৰমহা পায় তাৰ ৭ দিনৰ দৰমহা কিমান ? উঃ ট. ১ন১৩ ৩। যি মানুহে মাহেকত ৯ | টকা দৰমহা পায় তাৰ ১৪ দিনৰ দৰমহা কিমান ? উঃ ট. ৪J৪ গ. ৪ । যি মানুহে মাহেকত ১৬ টকা দৰমহা পায় তাৰ । ১৯ দিনৰ দৰমহা কিমান ? উঃ ট. ১০০/২৷ = | —