পৃষ্ঠা:অসমীয়া ভাই.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 28 ) সকলোৱে আমি একেলগে মিলি, খিয়লাথিয়লি পাহৰোঁ সমূলি, হৃদয়ৰ পৰা পেলাওঁ উভালি, কাঁইটীয়া হিংসাৰ বন। নাহৰ জৰীৰে মেৰোৱা হৃদয়, বলা আগুৱাওঁ, নাই একো ভয়, কুৰি ই শতিকা কাৰ্য্যৰ সময়, নেথাকিবা হৈ অচেতন। নকৰিবা ভয় দেখি ৰণ-ঠাই, গুচোৱা দুৰ্নাম, গুচোৱাঁ বিলাই, পৰম ঈশ্বৰ আমাৰ সহায়, কিয় তুমি চিন্তা-মগন | ৮৬৭/অ: