পৃষ্ঠা:অসমীয়া ভাই.pdf/২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাই। শ্ৰীযুত বেণুধৰ ৰাজখোৱা, বি, এ, দ্বাৰা ভণিত। গোলাঘাট বুক এজেঞ্চিৰ পৰা, শ্ৰীভুবনেশ্বৰ দুৱৰাৰ দ্বাৰা প্ৰকাশিত। ১৮২৩ শঁক। কলিকতা, ১২২ নং আমহাৰ্স্ট, ষ্ট্ৰীত “ৰাধাৰণ যন্ত্ৰত” শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তীৰ দ্বাৰা মুদ্ৰিত। বেচ • আদমহীয়া মাথোন।