পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪১ having swallowed poison); ভূৰি-দাৱ (ঋক, giving much); অ-হয় (ঋক, urging on steeds); গােয় (4, cow-slaying)। তেনেকৈ অসমীয়া কমলি-ধৰা (lit. attendant holding the blanket : blanket-bearer); শেন-চোৱা (a falconer ); পিপৰা-গুচুৱা (lit. removing of ants: a well-known old Assamese drama); চোৰ- ধৰা (lit. catching of the thief : another old Assamese drama); ইত্যাদি। পালিত হয়, যেনে—অপায়-গতকা (=অপায় গতাে= gone to hel)। (খ) তৃতীয়াতৎপুরুষ সমাস : বৈদিত এই সমাসততা শেষৰ পদটো কৃদন্ত সংজ্ঞা হয়। যেনে, অগ্নিদগ্ধ (ঋক, burnt with fire); অৰিত্ৰ- পাৰণ (ঋক্, crossing with oars); দেত্ত (= দেৱদত্ত : ঋক, given by the gods)। সেইদৰে অসমীয়া—নাওৰা-সিচা (baled out with a boat-like trough : name of a river)। পালিতত তেনে ; যেনে, ইসস-কথন (=ইসসৰেণ কথ=spoken by Issara)। (১) অলুক সমান: বৈদিক আৰু সংস্কৃতত কেতিয়াবা প্রথম পদটোৰ বিভক্তিৰ লােপ নহয়। তেনে সমাসক সংস্কৃতত অলুক সমাস বােলে। যেনে, তৃতীয়তপুৰুষ-গিৰ-বৃধ, (ঋক, rejoicing in song); চা-নে (ঋক, theft by speech, secretly injuring by words); শুনেষিত (ঋক্, driven by dogs); বিনাপস (ঋক, working অপস্ with বিষ্মনা), ইত্যাদি। সেইদৰে অসমীয়াতত কেতিয়াবা বিভক্তি লােপ নহয়। যেনে, হাতে-নােৱা (planted with the hand ), কাণে-শুনা (heard with the ear)। | (গ) চতুর্থীতৎপুরুষ সমাস। বৈদিক আৰু সংস্কৃতত উভয় পদে সাধাৰণতঃ সংজ্ঞা-শব্দ হয়। যেনে, বৰাজসত্য (ঋক, (faithful to the ordainers of hymns); বিখশ (ঋক, salutary for all)। অসমীয়াতে তেনে। () পশীভৎপুরুষ সমাস। বৈদিক আৰু সংস্কৃতত শেষৰ পদ প্রায়ে কৃদন্ত-সংজ্ঞা হয়। যেনে, গােজা (ঋক্, produced from cows)। অলুক সমাস—যেনে, দিবােজা (ঋক্, produced from heaven); দিৱােৰুচ ১। See Macd. Ved. Gramm. $ 187 (a).