পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০২৮ অসমীয়া ব্যাকৰণ আৰু ভাষা | যেনে, কালিয়ন (credit) from স. কালিকা.(price of an article to be paid by instalments); পতিয়ন (conviction, belief) from স, প্রত্যয়ঃ (trust, belief); ইত্যাদি। ৪৮৮। মুল (Derivation) এই প্রত্যয়ৰ মূল বৈদিক তদ্ধিত প্রত্যয় ‘জ। তাৰ পৰা প্ৰাকৃতত তণ হয় বুলি ওপৰত ( ৪৮৪) কোৱা হৈছে। ভণ’ৰ ‘’ লােপ হলে অণ’ থাকে। এই প্রত্যয় অসমীয়াত ৰক্ষিত হৈছে। যেনে বৈ, স, কালিকান=লা, কালিআন্তণ=. কালিয়ন। ৪৮১। সপ্তৱিংশ বিধ | সা. লি. ১। আলি ২। অৰি, আৰি সংজ্ঞা-শব্দ বা বিশেষণৰ পাচত এই প্রত্যয় যােগ হলে গুণবাচক বিশেষ ওলায়। . প্রথম থ: যেনে, বুঢ়ালি (qualities of an old man) from বুঢ়া (old, old man); টেলি (artfulness) from টেঙ্গৰ (artful ); খৰালি (dry season, winter) from খৰ (drought); সােৰােপালি ( idleness) from সােৰােপা (idle); বান্দৰালি (qualities of a monkey, shamelessness) from বান্দৰ (a monkey); বলিয়ালি (madness) from বলিয়া (mad): ধূর্জালি (cunningness) from ধূর্ত (cunning); ল'ৰালি (childishness) from ল’ৰা (a boy); ওজালি (profession of an Ojha) from ওজা (the head of a chorus); মইমতালি (self-conceit) from মইমত (self-willed); ইত্যাদি। দ্বিতীয় ধৰা: যেনে, ভালৰি (goodness, friendship) from ভাল (good); লাটৰি (coarseness) from লাট (coarse part of mugd ১। পতিয়াৰ পৰা ওলাইছে বুলি ধৰিলে কৃৎ প্রত্যয় ‘অন্' (৪৪২১) হব। যেনে পতিয়া+ পতিয়ান, পতিয়ন।