পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তুতি ৪২। বেত (cane), স, তে; নলনি (a place abounding in reeds ), নড়া from নল, স, নড়-ডং (reed)। সেইদৰে, খেৰণি (gound under thatch) from খেৰ (thatch), স, খট (grass); পদুমনি (ake or beel full of lotuses) from পদুম (lotus); কাঠনি (tree-forest) from কাঠ (wood); পিটনি; (water covered with floating aquatc grass) from পিট (floating acquatic plants); দলনি (land or water covered with Da grass) from দল (a kind of grass); নাহৰণি (a place abounding in Nahar tees) from নাহৰ (a kind of timber); ইকৰাণি (a place full of ikras) from ইকৰা (a kind of reed); চুনি, চুনি (a place where filth and refuse are thrown) from চুৱা (remnant of food or impure things); ধাননি (paddy field) from ধান (paddy); ইত্যাদি। ৪৮৬। মুল (Derivation) এই প্রত্যয় বাস্তৱিকে স্ত্রীলিঙ্গত ব্যৱহৃত হয়। কিন্তু আমি ইয়াক ক্লীবলিঙ্গ প্রত্যয় বুলি খৰৰ আৰু সেইদৰে ইয়াৰ ব্যৱহাৰ কৰে। এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ভুতুপ ( =বান্)। যেনে, কুমুঘ, নড়া, বেত, ইত্যাদি। অসমীয়াত এই প্রত্যয়ৰ আকাৰৰ ঠাইত অকাৰ হয় আৰু স্ত্রীলিঙ্গ প্রত্যয় ঈ যােগ হয় আৰু ‘ঈৰ ঠাইত ‘ই’ হয়। যেনে, কুমুদনি, নলনি, বেতনি, ইত্যাদি। এই প্রত্যয় যােগ হলে প্রাতিপদিকৰ ইকাৰৰ পাচত ‘অ’ৰ ঠাইত য় হয় আৰু উকাৰৰ পাচত ব হয় (সন্ধিৰ নিয়ম দেখা, $ ৬৫)। যেনে, হাবিয়নি (forest), উলুবনি (ground covered with ulu grass)। বড়বিংশ বিধ স, লি. ৪৮৭। তাৰ এই ভাব এনে অর্থত এই প্রত্যয় যােগ হয় আৰু এই প্রত্যয় নিম্পয় শৰ গুণবাচক বিশেষ্য হয়। ইকাৰান্ত আৰু উকাৰান্ত প্রাতিপদিকৰ পাচত এই প্রত্যয়ৰ অ বিকল্পে যু আৰু হয়। এই প্রত্যয়ান্ত শৰ অতি বিৰল।