পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তজিত ০১ ৪৬৮। মুল (Derivation)। ক, কা, কী, কু প্রত্যয়ৰ মূল ৬ষ্ঠ বিভক্তি আৰু ষষ্ঠীৰ অৰ্থত প্রয়ােগ হয় ( ২৭৫)। 'কীয়া’ প্রত্যয়ৰ মূল ষষ্ঠী বিভক্তি+ইয়া ($ ৪৪৩)। স্ত্রী-লিত সংস্কৃত ‘ঈ' প্রত্যয় যােগ হয়। সংজ্ঞা-শব্দৰ প্রত্যয় আর্থিক ($ ৪৩৯)। সপ্তদশ বিধ। ৪৬৯। সা. লি. স্ত্রীলিঙ্গ সতী, অকনী সংজ্ঞা-শব্দৰ পাচত এই প্রত্যয় যােগ কৰিলে সম্বন্ধবাচক বিশেষ্য বা বিশেষণ ওলায়। | ভাৰণঃ যেনে, ভমক (sudden outburst of anger) from ভম (sudden fame); বুধিয়ক (intelligent) from বুধি (intelligence); খেতিয়ক (cultivator) from খেতি (cultivation); ফন্দীয়ক, ফন্দিয়ক (crafty) from ফন্দী (craft, design); কাঠিয়ক (skilful) from কাঠ (wood) বা কাঠী ( stick); ইত্যাদি। ৪৭। মুল (Derivation)। এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত ‘ক’ প্রত্যয়। যেনে, স. অন্তক: (Yama ) from অন্ত (end); পাদক: (little foot) from পাদ (foot)। অসমীয়াত ‘ক’ৰ আগত আর্থিক প্রত্যয় অ ( = ক) যােগ কৰিলে ‘অক' হয় আৰু সন্ধিৰ নিয়মে ইকাৰৰ পাচত অকাৰ থাকিলে ‘অ’ৰ ঠাইত বিকল্পে ‘য়’ হয় (৪ ৬৫)। এইদৰে অক’ প্রত্যয়ৰ ঠাইত বিকল্পে ‘ক’ হয়। অগ্নী । | অষ্টাদশ বিধ ৪৭১। সা. লি. পুল্লি। স্ত্রীলিঙ্গ | ১। ময় নয়। এই প্রত্যয় প্রচু, বিকাৰ আৰু অভাৱ অৰ্থত সংজ্ঞাশৰৰ পাচত যােগ হৈ বিশেষণ সিদ্ধ কৰে। উঃ ধানময় (full of paddy) from ধান (paddy); পানীয় (full of water) from পানী (water); জোনালীময়