পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তড়িত এয়ােগ বি ৪৬১। সা. লি. পুলি স্ত্রীলিঙ্গ ১। আৰ ২। আৰী, আৰী, আৰীয়, আৰিণ আৰি আৰি ব্যবসায় বা উপজীৱিকা অথত এই প্রত্যয়ৰ ব্যৱহাৰ হয়। সংজ্ঞা-শব্দৰ পাচত এই প্রত্যয় যােগ হয় আৰু সম্বন্ধবাচক শব্দ গঠিত কৰে। প্রথম থ: যেনে, কমাৰ (blacksmith, স, কর্মকাৰ বা কৰ্মাৰ:) from কর্ম, কাম (work), স্ত্রী, কমাৰণী ; কুমাৰ, (potter স. কুন্তকাৰ: from কুম্ভ (a pitcher, pot), স্ত্রী, কুমাৰণী ; চমাৰ (a cobble, স. চর্মকাৰঃ) from চর্ম (leather ), স্ত্রী, চমাশী; সূতাৰ (carpenter, স. সূত্ৰধাৰ:) from সূত্র, সূতা (a thread), স্ত্রী সূতাৰণ; কঁহাৰ (belt- metal worker, স. কংসকাৰ) from কাহ (bel-metal), যী, কঁহাৰণী ; ইত্যাদি। দ্বিতীয় থৰা: যেনে, সােণাৰি (a goldsmith, স. স্বর্ণকাৰ, সুৰকাৰ :) from সােণ, সােণা (gold ); পূজাৰি (priest : worshippe, স. পূজাকাৰি) from পূজা (worship); ইত্যাদি। ৪৬২। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত কাৰ’ বা ‘কাৰি। মা, প্রাকৃতত ‘কাৰৰ ঠাইত ‘আৰাে’ আৰু ‘আলে’ হয় আৰু অসমীয়াত আৰ’ হয় (হেমচ, ৩২৮)। সেইদৰে কাৰি ঠাইত অসমীয়াত আৰী, আৰি হয়; যেনে স, কুম্ভকাৰ (potter), মা, প্রা. কুভআলে বা কুংভালে, শৌৰসেনী কুম্ভাৰৰ, অ. কুমাৰ ; স, পূজাকাৰি, মা, প্রা. পূজআলিএ, অ. পূজাৰি, পূজাৰী। স্ত্রীলিঙ্গত আৰণী সংস্কৃত তদ্ধিত ‘আনী’ আৰু আৰিণী সংস্কৃত তদ্ধিত ‘ইনি’ৰ পৰা ওলাইছে। চতুশ বিধ পুল্লি ৩৬৩। সা. লি. ১। আল ২। আলা | শ্রীলি আলী, ই, আলিনী আলী, ৰাণী, আলিনী, আলা