পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১২ অসমীয়া ব্যাকৰণ আৰু ভাষা ব্ৰতী আৰু মতী আৰু প্ৰাকৃতত রংতী আৰু মংতী হয়। এই উভয় বিধ প্রত্যয় আৰু সিহঁতৰ ৰূপান্তৰ অতী’ আৰু ‘তী অসমীয়াত ৰক্ষিত হৈছে। সংস্কৃত মং আৰু বৎ প্রত্যয় প্রাকৃতত ‘ইত’ (বৰক, ৪২৫) বা ‘ইত্ত (হেমচ, ২১৫৯) হয়। তাৰ আগত স্বার্থক ক (=) বা কক (=অঅ আ) যােগ কৰিলে অইতো আৰু আইৰো আৰু সৰল আকৃতিত অইত আৰু আইত হয়। যেনে, স, কান্ (having knowledge in কাব্য), প্রা. কইতো, অ, কাব্যইত ; স, মান্যৱান্ (respectful), প্রা. মাণইতো (হেমচ, ২১৫৯), অ. মানইত (?)। প্রাকৃত বংত বা মংত-ৰ পৰা এই প্রত্যয় নামিছে বুলি সহজে ধৰিব পাৰি। ৰং-ৰ । লােপ হলে অংত হয় আৰু অ-ৰ ঠাইত ‘ই’ হলে (১১২৩) ইংত (বৰক, ৪২৫) হয়। হেমচন্দ্ৰৰ মতে ইংতৰ ঠাইত ইত্ত হয়। এই প্রত্যয়াে অসমীয়াত ৰক্ষিত হৈছে। দশম বিধ ৪৫৫। সা. লি. ১। অম। ২। আম। ৩। আমি ৪। অমা, মা এই প্রত্যয় অতি বিৰল। সংজ্ঞা-শব্দত আৰু কেতিয়াবা বিশেষণত এই প্রত্যয় যােগ কৰিলে সম্বন্ধবাচক বিশেষণ ওলায়। কদাচিত সংজ্ঞা- শও সিদ্ধ হয়। | উদাৰণঃ জলম (a bufoon's dress) from জাল (a net); লেহাম, লেহেম (slow) from শাহ (slowness; it. dancing); ফুলাম (having ornamental design) from ফুল (flower); বাখৰাম, বাখৰামি (set with precious stones) from বাখৰ (precious stone); স, ভাস্কৰ; গেধেমা, গধমা (thick, rough and heavy) from গাঢ় (thick, dense); লেধেমা (heavy) from লেখা (slow); লােখােমা (corpulent) from লােখ (?), স, লােখ্রঃ (a kind of flower),