পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব স, ৰক্তক (red, crimson, blood-red ), স্ত্রী, ৰাজলী (crimson, blood- red); ইত্যাদি। (৩) প্রাকৃত ইল্প বা ইল, মাগধী প্রাকৃতত ইল্লে (পু.) বা ইলে (পু) আৰু ইল্পী বা ইলী (স্ত্রী.) হয় (cf. হেমচ, ৪৪৩১) আৰু তাত আর্থিক প্রত্যয় ‘অ’ যােগ কৰিলে ইল্লিকা বা ইলিআ (স্ত্রী) আৰু ইল্প বা ইলএ (পু.) হয়। তাৰ পৰা অসমীয়া ইস্ (সা. লি.), ইলা, ঈলা (পু) আৰু ইলী (স্ত্রী.) হয়। অসমীয়া আৰু প্ৰাকৃতত ‘ল’ৰ ঠাইত ৰা হয় ($$১০৩১৫৫)। এই নিয়মে অসমীয়া ই, ই, ঈ, ইৰী, ঈৰী হৈছে। আকৌ প্রাকৃত আৰু অসমীয়াত ই, ঈ-ৰ ঠাইত এ হয় ($১২৮)। এই নিয়মে অসমীয়া এৰা, এৰী আৰু এলা, এলী ওলাইছে। যেনে, পাতিল (an earthen pot, সা. লি.?), পাইলা ( from পাতিলা ? পু.), প্রা. পাত্তম্ (হেমচ. ২১৭৩), স, পাত্রম (a vessel, po); গড়িলা, গৰিলা (a support for a reed- wall) from গড় (a support), স. গণ্ডকঃ (an obstacle, a joint) or গণ্ডু (a pillow); লিগিৰা ( an attendant, page, পু.), লিকি (a boy ), স্ত্রীলিগিৰী, লিকিৰী from , লগগও, স, লগ্নকঃ (bonds- man); ইত্যাদি। (৪) সেইদৰে প্ৰাকৃত উল্ল বা উল প্রত্যয়ৰ পৰা অসমীয়া উল (সা. লি.) উলা, উলা (পু.) আৰু উলী, উলী (স্ত্রী.) হৈছে। অসমীয়াত ‘ল’ৰ ঠাইত ৰ হয় ($$১০৩১৫৫) বুলি ওপৰত কোৱা হৈছে। আৰু উ, উৰ ঠাইত ‘ও' হয় বুলিও দেখুৱা হৈছে ($১৩২)। এই নিয়মে প্রাকৃত উল্ল বা উল প্রত্যয় আৰু অসমীয়া উল, উলা আৰু উলী প্রত্যয় ও, ও, ওৰী আৰু উৰ, উৰা, উৰী হৈছে। যেনে, মাজল (person or thing in the middle, সা. লি.) মাজিলা বা মজলীয়া (middle পু), মাজুলী বা মৈজেলী (an island in a river, স্ত্রী.) from মাজু (middle), প্রা- মঝিলও (হেমচ, ১৯৪৮), মা, প্রা মজবল্ল (পু), মজবুল্লিআ (স্ত্রী.), স, মধ্যমকঃ ( middle); মাউৰা ( motherless or fatherless পু), স্ত্রী, মাউৰী from , অমাউও (হেমচ, ১১১৩১, মাউআ=মাতৃকা), স, অমাতৃক; খুতুৰা (a small piece) from খুতা (a small bit), প্রা. খুচ্ছও, মা, প্রা, খুল্লএ (পু), খুচ্ছল্লিকা (স্ত্রী.), স, ক্ষুদ্রক (small); টুকুৰা (a small piece) from টুক (?), প্রা, থােক