ছাৰিণ আধ্যা ব্যয় (Indoclinable) ৪০৫। যাৰ ব্যয় বা পৰিবৰ্তন নাই বা যি শব্দ লিজ, বিভক্তি আৰু বচন অনুসৰি পৰিবৰ্তিত নহয় তাৰ নাম অব্যয় ( Indeclinables)। অসমীয়া ভাষাত চাৰি বিধ অব্যয় আছেঃ- (১) বিভক্তিবােধক বা আনুষঙ্গিক অব্যয় (Preposition) (২) সংযােজক অব্যয় (Conjuction)। (৩) সম্মতি-অসম্মতি প্রশ্নাদি-সূচক অব্যয় (Particles of affirmation | and negation) (৪) ভাব-বােধক অব্যয় ( Interjection) ইয়াৰ বাহিৰে কিছুমান ক্রিয়াবিশেষণকে অব্যয় বুলিব পাৰি, কিয়নাে তাৰৰ পৰিবর্তন নহয় ($$ ৩৩৮-৩৪)। | (১) আনুষঙ্গিক অব্যয় (Preposition) ৪০৬। বিভক্তি-বােধক অব্যয় ইংৰাজী ভাষাৰ prepositionৰ অনুৰূপ, কিন্তু preposition নহয়। ইংৰাজী preposition সংজ্ঞাৰ আগত বহে ; কিন্তু অসমীয়া অব্যয় সংজ্ঞাৰ পাচত বহে। এই অব্যয়ৰ প্ৰায় ভাগেই সপ্তম্যন্ত সংজ্ঞা-শব্দ। (ক) তলত লিখা অব্যয় কেইটি যােগ হলে সংজ্ঞা বা সর্বনামত ষষ্ঠ বা প্রথমা বিভক্তি হয় বা কোন বিভক্তি যােগ নহয়। অনুসারে, t in accordance with, স, অসাঃ অনুসৰি । দিশে, দিকে } Toward, স. দিক পােণে, পিনে Toward, স. প্ৰগুণ (straight)
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৭৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই