পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্ৰধাতু ৩৪৩ এই সংযােগত প্রধান ধাতুটো অপূর্ণকৃতৰ আকাৰে আগত বহে। যেনে, দেখাই-দে (point out), কাঢ়িল ( snatch away), কৈ-পেলা (speak out ), খাই-দে (eat up), গিলিথ (swallow up), ইত্যাদি। কেতিয়াবা এনে ধাতুৱে প্ৰধান ধাতুটোৰ অৰ্থ স্পষ্ট কৰে। সেই দেখি। ইয়াক স্পষ্ট কাৰক (intensive) মিশ্র ধাতু বুলিব পাৰি। যেনে, Intensive compound root পেলা (to throw) পেলাই-দে (to throw away)। খা (to eat) খাই-পেলা (to eat up)। পৰ (to fall) পৰি-যা (to fall down) ল (to take) লৈ-যা (to take away) বহ, (to sit ) বহি-থাক (to sit tight) সঁপ, (to deliver) সঁপি-দে (to deliver up) চিঞৰ, (to scream) চিঞৰিউঠ, (to scream out ) লৰ (to move) সৰি-যা (to move fast, to run ) বাগৰ, (to roll ) বাগৰি-যা (to roll down) ছছ (to touch) দুই-চা (to dare to touch) উঠ (to rise, to get up)। উঠি-যা (to get up & be gone ) বা, (to select) বাচি -ল ( to select for self) ৰাথ, ( to keep ) ৰাখি-থ (to keep for self ), ইত্যাদি (২) ক্রিয়ার্থ-ক্ৰিয়াৰ লগত সংযােগ (combination with infinitives) | (ক) আৰম্ভণ ( Inceptives): আৰম্ভণ বুজাবলৈ ক্রিয়ার্থ-ক্রিয়াৰ পাচত ধৰ, বা লাগ, ধাতু যােগ কৰা হয় আৰু তেনে মিশ্ৰধাতুৱে তেতিয়া ক্ৰিয়াৰ কাম আৰম্ভ হােৱা অর্থ প্রকাশ কৰে। যেনে, খাব-ধৰ (to begin to eat); পঢ়িব-ধৰ (to begin to read ); হাঁহিব-ধৰ, (to begin to laugh); কান্দিব-ধৰ, (to begin to cry); শুনিব লাগ বা শুনিবলৈ লাগ, (to begin to hear); ইত্যাদি। (খ) অনুমতি (Permissions) : প্রধান ধাতুৰ ক্রিয়া-ক্ৰিয়াৰ