পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কর্মবাচ্যৰ প (Conjugation of parive verb) ৩৯৯। সকর্মক ক্রিয়াৰ আকাৰান্ত নিত্যকৃতৰ (past participle) পাচত হ’ বা ‘যা সহায়কাৰী ধাতু যােগ কৰি সাধাৰণ নিয়মে ধাতু ৰূপ কৰিলে কর্মবাচ্যৰ ৰূপ পােৱা যায়। Past participle ৰ পৰ পৰিবৰ্তন নহয়; কেৱল সহায়কাৰী হ’ বা ‘যা' ধাতুৰ ওপৰত দিয়া মতে ৰূপ হয়। যেনে, | ‘পােৰা-যা’ (to be burnt) ধাতু। পুৰুষ নিত্য ব. অতনী অনতনী পৰােৰু ভবিষ্যৎ অকুল সভাব্যস্ত ১। পােৰ পােৰ পােৰ পােৰ পােৰ পােৰ পােৰা গলে যাওঁ গলাে গৈছে গৈছিলাে যাম যাও হতেন। ২। পােৰ পােৰ পােৰ পােৰ পােৰ পােৰ পােৰ গলি | যাৰ, গলি, গৈছ, গৈছিলি, যাবি, যা, হেলে, | পােৰ পােৰ পােৰ পােৰ পােৰ পােৰ পােৰা গলা যােৱা গলা গৈছা গৈছিল যা যােৱা হেতেন। ৩। পােৰ পােৰ পােৰ পােৰ পােৰ পােৰ পােৰ গল যায় গল গৈছে গৈছিল যাব যাওক হেলে বা অসমীয়াত অকর্মক ধাতুৰ কৰ্ম (বা ভাববাচ্যৰ ৰূপ হয়। যেনে, শােৱা হয়, বহা হয়, ইত্যাদি। পানী বা ণিজন্ত ধাতুৰ জপ (Conjugation of coun root) ৪০। এজনে আন এজনৰ দ্বাৰা কোনাে কাম কৰালে ক্রিয়াৰ পাচনী বা ণিজন্ত রূপ হয়। দুজনৰ ভিতৰত এনে সম্বন্ধ হলে তা সাধাৰণ পাচনী (বা simple causal) বােলে। ধাতুৰ পাচত ‘অ’ যােগ কৰি পাচনী-ক্রিয়া সিদ্ধ কৰা হয়। সাধাৰণ ধাতুত এটি দীর্ঘ যৰ থাকিলে সাধাৰণতঃ সি হুৰ হয় অর্থাৎ ‘অ’ৰ ঠাইত ‘অ', ঈ’ বা ‘এ’ৰ ঠাইত ‘ই আৰু উ' বা 'ৰ ঠাইত ‘উ বা ‘ও' হয়। যেনে, সাধাৰণ থাহু ‘ক’ (to (do), তাত ‘আ’ যােগ কৰিলে কৰা’ (to cause to do) পাচনী-ক্রিয়া 30