পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭, ধাতুপ দুমন্ত ৰূপ ক্রিয়ার্থা-কিয়া দিব, দিবলৈ, দিব লাগি, দিবা। কত সং বা বিণ-দিয়া। সংযােজক —দি। নিত্যকৃৎ-দিয়া, দিল। কৃদন্ত ক্রিয়াবিণ.দিওঁতে, দেওঁতে, দিলে (দিলি)। ক্রিয়া-কর্তা—দিওঁতা (বা দেওঁতা ), দিয়া। পুৰণি অসমীয়াৰ উদাহৰণ :- বর্তমান পেঁও কন্যা বিবাহ কৃষ্ণক।—শঙ্কৰ বৃক্ষে পথিকক যেন দেয় হাজাৱ।-শঙ্কৰ অলৌকিক জ্ঞান-চক্ষু তােমাক দেঞে।—ভট্ট. দে, ভকতৰ দুঃখ দেখি গােপাল। আস্ফোট কৰি দিলা উৰুকাল।-শঙ্কৰ। স্বপ্নত ৰাজাক দেখা দিল দামােদৰ।শঙ্ক অপােনাৰ কন্যা আনি দিলেক কৃষ্ণক।শঙ্কৰ ভবিষ্যৎ মনুষ-দুর্লভ পৰম সম্পদ দিবাে আৰু আজি আমি।—শঙ্ক অজ্ঞ হেন জানি মিত্ৰ দিয়ােক আমাক | যি দ্রব্য আছ আনি।-শঙ্ক ভাৰ্যাক বােলন্ত যি পাৰা সন্দেশ আনি দিয়া ঝাটে উঠি।শঙ্কর যদুৰায় চৰণে শৰণ দিয়াে।শঙ্কৰ বােলা অৰে শুন হে।। ঠাকুৰিয়াক দেখাই দে-দৈত্যাৰি সংযােক কৃৎ-ডাক দি লােকক নিল। | বাসা ঘৰ সাজি দিল।-দৈত্যাৰি কিয়াখা-ক্রিয়াযত লাগে মানে। | সবে সম্পত্তিক | এহি মুঠি দিবে পাৰে।—শঙ্কর পুৰণি অসমীয়াৰ ৰূপ ওপৰত দিয়া হৈছে। ৪৩