৩১৩ কাল ‘ই’ তাৰ আগত যােগ কৰিলে সি ‘ই’ বা ‘ই’ হয়। তাক ধাতুটোত যােগ কৰি তাৰ পাছত সহায়কাৰী ‘আহ’ ধাতুৰ অতন-ৰূপ (ইসল, ইলি, ইলে) বহুৱালে এই বিভক্তি পােৱা যায় ($$৩৫৭৩৭৫ দেখা)। যেনে, সংস্কৃত নিত্যকৃৎ পঠিত= প্রা. পঢ়ি=অ. পঢ়িআ বা পঢ়ি। তাত আছ’ ধাতু অদ্যতনী বিভক্তি যােগ কৰিলে পঢ়ি + আছিলোঁ, পঢ়ি+ আছিল—এনে রূপ হয়। আৰু ‘আছ’ৰ আ লােপ হলে পঢ়িছিলাে, পঢ়িছিলি, আৰু পঢ়িছিল হয়। পু. অ-ত ইআ ( =ইয়া) পাছত ‘আছ’ৰ অদ্যতনী-ৰূপ যােগ কৰা হয়; যেনে পঢ়িয়া আছিল। ৩৭৯। ভুত অসমাপিকা (Preterite conjunctive) ভূত কালত অসমাপিকা ক্রিয়াৰ অৰ্থ প্ৰকাশ কৰিবৰ নিমিত্তে নিত্যকৃতৰ পাছত তলত লিখা প্রত্যয়ৰ ব্যৱহাৰ হয়। আন প্রাকৃতিক ভাষাতে এনে প্রত্যয় আছে। যেনে, | অসমীয়া পু, অসমীয়া হিন্দী । বাণী উড়িয়া ১। হেরে, হলে অত, হন্ত অতে, অতু, ইতাম অংতি (বা হলি) (হন্তে ) | অতো ২। হেতেন, হলে অত, হন্ত অতে, অতে, ইতি অংতু। (বা হলি)। (হন্তে) অতো। হেতেন, হলে অত, হন্ত অত, অতো ইত । (বা হলি) (হয়ে)। পুৰুষ অংতা হেতেন বা হলে (বা হলি) প্রত্যয় যােগ কৰি ভূত অসমাপিকা (Preterite conjunctive) প্ৰকাশ কৰা হয়। যেনে, তুমি পঢ়া হেতেন ( Had you read ); মই লিখা হলে (Had I written )। পুৰণি অসমীয়াত আ- প্রত্যয়ান্ত নিত্যকৃৎ বা অল বা ইল প্রত্যয়ান্ত কৃদন্ত বিশেষণৰ পাছত ‘হন্ত’ বা 'অত’ প্রত্যয় যােগ কৰি এই কাল নির্দেশ কৰা হৈছিল। যেনে, যদি আজি ঘৰত আছিল হন্তে স্বামী। তেৰে আজি তােমাক ৰাখিলে হন্তে আমি।দৈত্যাৰি
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই