পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাত (উ, অস.), বা সি মাৰিল বা মালি বা মাৰিলাক (মালা; না. অস), সি মাৰিল। বা মাৰিলেক (পু, অ. He has beaten)। পু, অসমীয়াত সকলাে ক্ৰিয়াৰে তৃতীয় পুরুষ উভয় বচনত কোনাে বিভক্তি যােগ নহৈছিল। সেই দৰে বঙ্গালীত সকলাে ক্ৰিয়াৰ তৃতীয় পুৰুৰত আৰু পূর্ব হিন্দীত অকর্মক ক্রিয়াৰ তৃতীয় পুৰুষ উভয় বচনত কোনাে বিভক্তি যােগ কৰা নহয়। যেনে, বাঙ্গালী—সে বই পড়িল বা পড়ল; বেলা হইল বা হল। উৰিয়া—সে পােথি পড়িলা; বেলা হেলা। পু, হিন্দী—উ পােথী পড়লে; বেলি হােখল বা ভইল। অস,সি পুথি পঢ়িলে; বেলি হ'ল। Eng-He has read book; It has been time or time is up. (১) প্রথম পুৰুষ একবচনৰ ইলো, বা লো (ইল+ওঁ : + 3) বিভক্তি। ইল’ আৰু ‘এ’ ৰ মূল ওপৰত দিয়া হৈছে ( $ ৩৫৭ আৰু ৩৬৭)। যেনে, অ. পড়িলো, পু. হি. পড়লো, ব, পড়িলাম, উ. পিড়িলি I have read. ‘ই’ ৰ ই লােপ হলে আৰু তাত ওঁ যােগ কৰিলে সে হয়। | (২) দ্বিতীয় পুৰুষ একবচনত তুচ্ছার্থে ইলি (ইল+ই), লি (ল+ই) আৰু মাতাৰ্থে ইলা (ই। আ), লা (+আ) বিভক্তি। ইল’ৰ মূল ওপৰত দেখা ($ ৩৫৭)। ‘ই’ৰ মূল সংস্কৃত শটু সি। তাৰ স ইত হলে ই থাকে। ‘আ’ৰ মূল আগেয়ে দিয়া হৈছে ( $ ৩৬৭ (২))। ই’ ই লােপ হলে ল থাকে আৰু তাত নির্দেশক বিভক্তি যােগ কৰিলে লা, লি, থাকে। পু. অ, ইলাহা ইল্ + আহা ($ ৩৬৭ (২))। উদাহৰণ। আলখনী কুজীত সুধিলি তই কাজ।—মা. ক, ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ। পঞ্চত্র নামে অজ্ঞ কৰিলা প্ৰচাৰ।শঙ্কৰ (৩) তৃতীয় পুৰুষ একবচনৰ ইল, ইলে (বা ল বা লে), ইলা (বা লা ), ইলাক (বালা), ইলেক (বা লেক্) বিভক্তি। অকর্মক ক্রিয়াৰ পাচত কোন বিভক্তি যােগ নহয়। সকর্মক ক্রিয়াৰ পাচত হে এই বিভক্তি যােগ হয়। মূল ওপৰত দিয়া হৈছে ($$৩৫৭৩৬৭ (৩)।)। প্রাকৃতৰ অএ (হেমচ, ৩১৩৯) বাস্তৱিকে অঅই=