পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাত হক বা হওক (He or they be); তই বা তহঁত পঢ় বা পঢ়হি (Thou reades; or you read); তুমি বা তােমালােক পঢ়া বা পঢ়াহি (You read); সি বা সিহঁত বা তেওঁ বা তেওঁলােক পঢ়ক বা পঢ়াক (et him or them read); তই বা তহঁতে দে বা দেহি (Thou givest or you dve); সি বা সিহঁতে দিয়ক । Let him or them ave); সি বা সিহঁত শোেক বা শােক, (Let him or them sleep); ইত্যাদি। পু, অE বিচাৰি দেখল পামৰ মনাই এমা. দে, জগন্নাথ ! অনাথক বাপিয়াে চৰণে। ভাৱক ভাই! ভজ ভগৱন্ত ভক্তিভাৱে।মা দে, শঙ্কৰে ৰচিল ডাকি বােলা হৰি হৰি।—শৱৰ দেহু দেখা ৰাম নয়ন ভৰি চাও।-শঙ্কৰ গােপাল কৃষ্ণ, কহু ত্রাণশঙ্কৰ নমাে দামােদৰ হৰি। নিয়ােক নাথ উদ্ধাৰি। শঙ্কৰ পিয়াে পিয়াে ৰামনাম অমৃত।—শঙ্কৰ কৰাহা নিস্তাৰ তােমাৰ চৰণে শৰণ পশিললা আমি।শঙ্কৰ হে দেৱবৰ! তােমাক নমস্কাৰ কৰাে প্রসন্ন হৱা —ভট্ট দে, এতেকে তােমাত পুর্গো যি শ্রেয় হয় তা নিশ্চয় কৰি কহা। | ভট্ট দে, তাৱত ভৰত গৈয়া চাৱা ৰাজকাজ।মা. ক. আজি ধৰি হউ বাপু অজৰ অমৰ।—হে, স. স্মৰহ গােবিন্দ মূঢ় বলহ গােবিন মুঢ় | ভজ গােবিন্দ সৱক্ষণে।—মা. দে, শ্ৰীৰাম বােলন্ত সৱে বীৰ চলি যাই। ৰাজকুমাৰক গৈয়া সহি ৰাখাহ—মা. ক, চৌধ বৰিষক লাগি বনবাস কৰ।মা. ক, কমলাপতি! হােক গতি।—শঙ্কৰ তােমাৰ চৰণে মাত্ৰ থাকোক ভকতি।-শঙ্কৰ বােলা হৰি হৰি পাপ যাউক অধােগতি।শঙ্কৰ